بِسْمِ ٱللَّهِ ٱلرَّحْمَـٰنِ ٱلرَّحِيمِ
قُلْ أَعُوذُ بِرَبِّ ٱلْفَلَقِ ﴿١﴾
113:1 কোৱা, মই আশ্ৰয় বিচাৰো উষাৰ প্ৰতিপালকৰ।
مِن شَرِّ مَا خَلَقَ ﴿٢﴾
113:2 তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা,
وَمِن شَرِّ غَاسِقٍ إِذَا وَقَبَ ﴿٣﴾
113:3 আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়,
وَمِن شَرِّ ٱلنَّفَّـٰثَـٰتِ فِى ٱلْعُقَدِ ﴿٤﴾
113:4 আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে,
وَمِن شَرِّ حَاسِدٍ إِذَا حَسَدَ ﴿٥﴾
113:5 আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।